Articles

  • 2 months ago | ruralindiaonline.org | kavitha Muralidharan |P. Sainath |Pankaj Das

    “এই যে বছৰৰ শেষত বাজেটক লৈ ইমানহৈ-হাল্লা হয়, সি আমাৰ জীৱনলৈ কিঞ্চিতমানো কিবা পৰিৱৰ্তন আনে নেকি?” দুই সন্তানৰমাতৃ কে.

  • 2 months ago | ruralindiaonline.org | Umesh Kumar Ray |Pankaj Das

    অঞ্জনা দেৱীয়ে ভাবে বাজেটৰ খবৰ ৰখা পুৰুষৰ কাম। “মৰ্দ লৌগ হি জানতা হ্যে য়ে সব, লেকিন ৱহ তৌহ নহী হ্যে ঘৰ পৰ (মতাবোৰেহে জানে এইবোৰ কথা, কিন্তু মোৰ মানুহজন ঘৰত নাই),” তেওঁ কয়। অৱশ্যে ঘৰৰ বাজেটখন তেওঁৰ হাততে থাকে। তেঁৱেই ঘৰখন চলায়। অঞ্জনা এগৰাকী চমাৰ, অনুসূচিত জাতিৰ লোক। “বজ্জট (বাজেট)!” তেওঁ নতুন কিবা ঘোষণাৰ কথা শুনিছে নেকি, তাকে চিন্তা কৰি কয়। “অ সব তা হম নহী সুনে হ্যে (সেইবিষয়ে মই একো শুনা নাই)।” কিন্তু, বিহাৰৰ বৈশালী জিলাৰ সন্ধো ৰত্তি গাঁৱৰ এই দলিত বাসিন্দাগৰাকীয়ে কয়, “ই সব (বাজেট) পেইচা ৱালা...

  • Jan 16, 2025 | ruralindiaonline.org | Sarbajaya Bhattacharya |Binaifer Bharucha |Pankaj Das

    তেজলিবাই ধেড়িয়াই লাহে লাহে খেতিত পৰম্পৰাগত বীজ ব্যৱহাৰ কৰিবলৈ লৈছে। প্ৰায় ১৫ বছৰ আগতে মধ্যপ্ৰদেশৰ আলিৰাইপুৰ আৰু দেৱচ জিলাত খেতি কৰা ভিল আদিবাসী সম্প্ৰদায়ৰ মহিলা তেজলিবাইহঁতে ৰাসায়নিক সাৰ আদি প্ৰয়োগ কৰি উৎপাদিক বৰ্ণসংকৰ বীজৰ পৰিৱৰ্তে পৰম্পৰাগত থলুৱা বীজেৰে জৈৱিক খেতি কৰিবলৈ লৈছে। তেজলিবাইয়ে এই প্ৰসংগত কয়, “আমাৰ পৰম্পৰাগত খেতিত খাটনি বহুত, সেই অনুপাতে বজাৰত দামো পোৱা নগৈছিল।” ৭১ বৰ্ষীয় তেজলিবাইয়ে লগতে কয়, “যিখিনি সময় পাইছিলো, সেইখিনিৰ সদব্যৱহাৰ কৰি আমি গুজৰাটলৈ প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম...

  • Jan 10, 2025 | ruralindiaonline.org | Shalini Singh |Pankaj Das

    ত্ৰিশৰ ডেওনা গৰকা গণেশ পণ্ডিত নতুন দিল্লীৰ পুৰণি যমুনা ব্ৰীজৰ লোহা পুলৰ তৰুণ বাসিন্দা। তেওঁ কয় যে তেওঁৰ সমনীয়াবোৰৰ প্ৰায়ভাগেই ‘মূলসূঁতি’ৰ কাম যেনে সাতোৰ প্ৰশিক্ষক হিচাপে আৰু কাষৰে চুবুৰীয়া চান্দনী চ’কৰ খুচুৰা দোকানত কাম কৰিবলৈ ওলাই গৈছে। দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা গংগাৰ আটাইতকৈ দীঘল উপনৈ যমুনাখন আয়তনৰ ফালৰ পৰা (ঘাঘাৰাৰ পিছতে) দ্বিতীয় বৃহত নৈ। পণ্ডিতে যমুনা নদীৰ মাজত ফটোশ্বুটৰ ব্যৱস্থা কৰে আৰু নৈৰ মাজত পৰম্পৰাগত ৰীতি-নীতিখিনি কৰিব খোজা মানুহক লৈ যায়। “য’ত বিজ্ঞান ৰৈ যায়, তাতে বিশ্বাসৰ কাম...

  • Jan 3, 2025 | ruralindiaonline.org | Umesh Kumar Ray |Pankaj Das

    বিশাল চেগুন গছ এজোপাৰ তলত ফেটী সাপটোৱে কুণ্ডলী পকাই ৰৈছিল। ৰত্তি তোলা গাঁৱৰ বাসিন্দাই বহুবাৰ চেষ্টা কৰিও সাপডালক তাৰপৰা আঁতৰাব পৰা নাছিল। পাঁচ ঘণ্টা পিছত অসহায় গঞাই বাল্মিকী ব্যাঘ্ৰ সৰংক্ষিত অঞ্চলৰ এসময়ৰ বনৰক্ষী হিচাপে কাম কৰা মুন্দ্ৰিকা যাদৱক মাতিলে। তেওঁ বাঘ, নাহৰফুটুকী, গড় আৰু সাপকে ধৰি ২০০ৰো অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰিছে। মুন্দ্ৰিকাই উপস্থিত হৈ প্ৰথমে ফেঁটী সাপডালক খেদিবলৈ চেষ্টা কৰিলে, কিন্তু সাপডাল নগ’ল। “মই বাঁহৰ লাঠি এডাল তাৰ মুখৰ ওচৰলৈ নিয়াত সি লাঠিডাল কামুৰি ধৰিলে আৰু মই ৰছীডালত পেচ...

Contact details

Socials & Sites

Try JournoFinder For Free

Search and contact over 1M+ journalist profiles, browse 100M+ articles, and unlock powerful PR tools.

Start Your 7-Day Free Trial →